Imam Bukhari : 4246
حَدَّثَنَا مُحَمَّدُ بْنُ يُوسُفَ حَدَّثَنَا سُفْيَانُ عَنْ إِسْمَاعِيلَ عَنْ الشَّعْبِيِّ عَنْ مَسْرُوقٍ عَنْ عَائِشَةَ رَضِيَ اللَّهُ عَنْهَا قَالَتْمَنْ حَدَّثَكَ أَنَّ مُحَمَّدًا صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ كَتَمَ شَيْئًا مِمَّا أَنْزَلَ اللَّهُ عَلَيْهِ فَقَدْ كَذَبَ وَاللَّهُ يَقُولُ{ يَا أَيُّهَا الرَّسُولُ بَلِّغْ مَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ }الْآيَةَ
আমাক কৈছে [মুহাম্মাদ বিন ইউছুফে] আমাক [ছুফিয়ান] [ইছমাইলৰ] পৰা [আছ ছায়া’বী]ৰ পৰা [মাছৰুক]ৰ পৰা [‘আইছিয়া ৰাদলিয়াল্লাহ আনহু]ৰ পৰা কৈছে তেওঁ ক’লে; ‘যিজনে কয় যে মহম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁৰ ওপৰত অৱতীৰ্ণ হোৱাৰ কিছু অংশ লুকুৱাই ৰাখিছে, তেওঁ মিছা কথা কয়। কাৰণ আল্লাহে কৈছে: হে ৰাছুল, তোমাৰ ৰাব্বৰ পৰা তোমাৰ ওপৰত যি অৱতীৰ্ণ হৈছে, সেইখিনি প্ৰেৰণ কৰা.. -আল ময়দাঃ ৬৭-.