Nabi shallallahu 'alaihi wasallam pernah shalat zhuhur ketika matahari telah condong dari tengah langit ke sebelah barat
Imam Darimi : 1180
أَخْبَرَنَا الْحَكَمُ بْنُ نَافِعٍ أَخْبَرَنَا شُعَيْبٌ عَنْ الزُّهْرِيِّ أَخْبَرَنِي أَنَسُ بْنُ مَالِكٍ أَنَّ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ خَرَجَ حِينَ زَاغَتْ الشَّمْسُ فَصَلَّى بِهِمْ صَلَاةَ الظُّهْرِ
[আল হাকাম বিন নাফী’] [আজ জুহৰী]ৰ পৰা আমাক [ছ্যুআইব] জনাইছে তেওঁ কৈছে; [আনাছ বিন মালিক] মোক জনাইছে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ সূৰ্য্যৰ পোহৰ অলপ হেলনীয়া হৈ থকাৰ সময়ত বাহিৰলৈ ওলাই গৈছিল, তাৰ পিছত তেওঁলোকৰ লগত ধুহৰ নামাজ - জামাতত - নামাজ পঢ়িছিল।