Imam Ahmad : 18500
حَدَّثَنَا مُحَمَّدُ بْنُ جَعْفَرٍ حَدَّثَنَا شُعْبَةُ عَنْ عَمْرِو بْنِ مُرَّةَ عَنِ ابْنِ أَبِي لَيْلَى قَالَ قُلْنَا لِزَيْدِ بْنِ أَرْقَمَ حَدِّثْنَا قَالَ كَبُرْنَا وَنَسِينَا وَالْحَدِيثُ عَنْ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ شَدِيدٌ
আমাক কৈছে [মুহাম্মাদ বিন জাফৰে] আমাক [ছ্যু’বাহ] [আমৰু বিন মুৰা]ৰ পৰা [ইবনে আবু লাইলা]ৰ পৰা কৈছে তেওঁ ক’লে; আমি [জাইদ বিন আৰকাম]ক ক’লোঁ, ‘নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ আমাক কোৱা। তেওঁ ক’লে, ‘আমি বয়সত আগবাঢ়িছো, আৰু আমি বহুত পাহৰিছো, আনহাতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা হাদীছৰ পৰা অহা সতৰ্কবাণী অতি কঠোৰ।