Imam Ahmad : 15907
قَالَ حَدَّثَنَا عَبْدُ الرَّزَّاقِ قَالَ أَخْبَرَنَا ابْنُ جُرَيْجٍ قَالَ أَخْبَرَنِي عَمْرُو بْنُ دِينَارٍ عَنْ حَسَنِ بْنِ مُحَمَّدِ بْنِ عَلِيٍّ عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ وَسَلَمَةَ بْنِ الْأَكْوَعِ رَجُلٍ مِنْ أَصْحَابِ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ أَنَّهُمَا قَالَا كُنَّا فِي غَزَاةٍ فَجَاءَنَا رَسُولُ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ فَقَالَ إِنَّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقُولُ اسْتَمْتِعُوا
-আহমদ বিন হানবাল ৰাদলিয়াল্লাহুআনহু- ক’লে; আমাক কৈছে [আব্দুৰাজ্জাকে] কৈছে; আমাক ৰিপৰ্ট দিছে [ইবনে জুৰাইজে] কৈছে; মোক [আমৰ বিন দিনাৰ] [হাছান বিন মহম্মদ বিন আলী]ৰ পৰা [জাবিৰ বিন আব্দুল্লাহ]ৰ পৰা আৰু [ছালামাহ বিন আল আকৱা’] ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহিৱাছাল্লামৰ এজন চাহাবীৰ পৰা ৰিপৰ্ট কৰিছে, তেওঁলোক দুয়োজনে কয়; 'আমি যুদ্ধৰ মাজত আছিলো, তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰাছুল আহি ক'লে; দৰাচলতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহিৱাছাল্লামে কৈছে: মুত'আ -নিৰ্দিষ্ট সময়ৰ বাবে নিৰ্দিষ্ট নামমাত্ৰ ধন দি বিবাহ কৰা-'।