Imam Ahmad : 8275
حَدَّثَنَا حُجَيْنُ بْنُ الْمُثَنَّى أَبُو عُمَرَ حَدَّثَنَا عَبْدُ الْعَزِيزِ بْنُ عَبْدِ اللَّهِ بْنِ أَبِي سَلَمَةَ الْمَاجِشُونِ عَنْ عَبْدِ اللَّهِ بْنِ الْفَضْلِ عَنْ عَبْدِ الرَّحْمَنِ الْأَعْرَجِ عَنْ أَبِي هُرَيْرَةَ قَالَ كَانَ مِنْ تَلْبِيَةِ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ لَبَّيْكَ إِلَهَ الْحَقِّ
আমাক কৈছে [হুজাইন বিন আল মুছানা আবু উমৰে] কৈছে; আমাক [আব্দুল আজিজ বিন আব্দুল্লাহ বিন আবু চালামাহ আল মাজিছুন] [আব্দুল্লাহ বিন আল ফাদল]ৰ পৰা [আল আ’ৰাজ]ৰ পৰা [আবু হুৰাইৰা]ৰ পৰা কৈছে, তেওঁ কয়; ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ তালবিয়া হ'ল: LAABBAIKA ILLAHAL HAQ -মই তোমাৰ আহ্বান পূৰণ কৰো, হে সত্য ঈশ্বৰ-'।