Imam Bukhari : 3886
حَدَّثَنَا مُحَمَّدُ بْنُ سَعِيدٍ الْخُزَاعِيُّ حَدَّثَنَا زِيَادُ بْنُ الرَّبِيعِ عَنْ أَبِي عِمْرَانَ قَالَ نَظَرَ أَنَسٌ إِلَى النَّاسِ يَوْمَ الْجُمُعَةِ فَرَأَى طَيَالِسَةً فَقَالَ كَأَنَّهُمْ السَّاعَةَ يَهُودُ خَيْبَرَ
আমাক কৈছে [মুহাম্মাদ বিন ছাইদ আল খুজাই] আমাক [জিয়াদ বিন আৰ ৰবী’] [আবু ইমৰান]ৰ পৰা কৈছে তেওঁ কৈছিল; [আনাছে] শুকুৰবাৰে মানুহৰ ফালে চাই আছিল, আপাত দৃষ্টিত তেওঁ থায়ালিছা -ডালিৰেখাযুক্ত কাপোৰ- দেখিছিল। তেওঁ তেতিয়া কৈছিল; 'যেনেকৈ এতিয়া তেওঁলোক খাইবাৰৰ ইহুদী'।