Imam Abu Dawud : 3481
حَدَّثَنَا أَحْمَدُ بْنُ صَالِحٍ حَدَّثَنَا عَبْدُ الْمَلِكِ بْنُ عَبْدِ الرَّحْمَنِ الذِّمَارِيُّ حَدَّثَنَا سُفْيَانُ حَدَّثَنِي مُحَمَّدُ بْنُ الْمُنْكَدِرِ عَنْ جَابِرٍ قَالَ رَأَيْتُ النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ يَقْرَأُ أَ { يَحْسَبُ أَنَّ مَالَهُ أَخْلَدَهُ }
আমাক কৈছে [আহমদ বিন ছালিহে] আমাক কৈছে [আব্দুল মালিক বিন আব্দুৰ ৰহমান আজ্জ জিমাৰীয়ে] আমাক কৈছে [ছুফিয়ানে] মোক কৈছে [মুহাম্মাদ বিন আল মুংকাদিৰ] [জাবিৰ]ৰ পৰা তেওঁ কৈছে, ‘মই নবী চাল্লাল্লাহু আলাইহি ৱাছলামক পঢ়ি থকা দেখিলোঁ: ‘আয়াহছাবু আন্না মালাহু আখলাদাহু -তেওঁ ভাবে যে তেওঁৰ ধন-সম্পত্তি কৰিব পাৰে তেওঁক টিকিয়াই ৰাখিব?- ' -Qs. আল হুমাজাহ: ৩-।