Imam Bukhari : 2890
حَدَّثَنَا مُحَمَّدُ بْنُ سِنَانٍ حَدَّثَنَا هُشَيْمٌ أَخْبَرَنَا سَيَّارٌ حَدَّثَنَا يَزِيدُ الْفَقِيرُ حَدَّثَنَا جَابِرُ بْنُ عَبْدِ اللَّهِ رَضِيَ اللَّهُ عَنْهُمَا قَالَقَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ أُحِلَّتْ لِي الْغَنَائِمُ
আমাক কৈছে [মুহাম্মাদ বিন চিনানে] আমাক কৈছে [হুছাইমে] আমাক কৈছে [ছায়াৰে] আমাক কৈছে [ইয়াজিদ আল ফাকিৰে] আমাক কৈছে [জাবিৰ বিন আব্দুল্লাহ ৰাদলিয়াল্লাহ আনহুমাই] কৈছে; ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইৱাছাল্লামে ক’লে, ‘মোৰ বাবে ঘনিমাহ - যুদ্ধৰ লুটপাত - হালাল।