Imam Abu Dawud : 1090
حَدَّثَنَا مُحَمَّدُ بْنُ عَبْدِ الرَّحِيمِ الْبَزَّازُ أَخْبَرَنَا سَعِيدُ بْنُ سُلَيْمَانَ حَدَّثَنَا مَنْصُورُ بْنُ أَبِي الْأَسْوَدِ عَنْ الْمُخْتَارِ بْنِ فُلْفُلٍ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَصَلَّيْتُ الرَّكْعَتَيْنِ قَبْلَ الْمَغْرِبِ عَلَى عَهْدِ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ قُلْتُ لِأَنَسٍ أَرَآكُمْ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ نَعَمْ رَآنَا فَلَمْ يَأْمُرْنَا وَلَمْ يَنْهَنَا
আমাক কৈছে [মুহাম্মাদ বিন আব্দুৰাহিম আল বাজ্জাজে] আমাক কৈছে [চাইদ বিন চুলাইমানে] আমাক [মনছুৰ বিন আবু আল আছৱাদ] [আল মুখতাৰ আল ফুলফুল]ৰ পৰা [আনাছ বিন মালিক]ৰ পৰা কৈছে তেওঁ কৈছিল; ‘মই এবাৰ হজৰত ছল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সময়ত মাগৰিবৰ আগত দুটা ৰাকাআত নামাজ পঢ়িছিলো। মুখতাৰে ক’লে; তেতিয়া মই আনাছক সুধিলোঁ; 'ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা তোমাক -তেনে কৰা- দেখিছিল নেকি?' অনাছে উত্তৰ দিলে; 'হয়, সেই সময়ত তেওঁ আমাক দেখিছিল, কিন্তু আমাক আদেশ দিয়া নাছিল বা নিষেধ কৰা নাছিল।'