Imam Ahmad : 14259
حَدَّثَنَا عَبْدُ الصَّمَدِ حَدَّثَنَا حَمَّادٌ حَدَّثَنَا عَمَّارٌ سَمِعْتُ جَابِرَ بْنَ عَبْدِ اللَّهِ يَقُولُ أَكَلَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ وَأَبُو بَكْرٍ وَعُمَرُ رُطَبًا وَشَرِبُوا مَاءً فَقَالَ رَسُولُ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ هَذَا مِنْ النَّعِيمِ الَّذِي تُسْأَلُونَ عَنْهُ
আমাক কৈছে [আব্দুছছামাদে] আমাক কৈছে [হাম্মাদে] আমাক কৈছে [আম্মাৰ] মই [জাবিৰ বিন আব্দুল্লাহ] কোৱা শুনিছো; ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম, আবু বকৰ আৰু উমৰে তিতা খেজুৰ খাই পানী খাইছিল তাৰ পিছত ৰাছুলুল্লাহ চাল্লাল্লাহুলাইহি ৱাছাল্লামে ক’লে: ‘এয়া অন্যতম নিশদ যাৰ বাবে তোমালোকক হিচাপ দিবলৈ কোৱা হ’ব’।