Imam Ahmad : 13436
حَدَّثَنَا حَجَّاجٌ حَدَّثَنَا شُعْبَةُ قَالَ سَمِعْتُ قَتَادَةَ يُحَدِّثُ عَنْ أَنَسِ بْنِ مَالِكٍ قَالَ أَلَا أُحَدِّثُكُمْ حَدِيثًا سَمِعْتُهُ مِنْ رَسُولِ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ يَذْهَبُ الرِّجَالُ وَيَبْقَى النِّسَاءُ
আমাক কৈছে [হাজ্জাজে] আমাক কৈছে [ছ্যুবাহে] ক’লে; মই [কাতাদাহ] [আনাছ বিন মালিক]ৰ পৰা বর্ণনা কৰা শুনিছো যে; মই আপোনালোকক এনেকুৱা এটা হাদীছ কওঁনে যিটো মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছো, তেওঁ কৈছে: ‘পুৰুষৰ সংখ্যা কমি গৈ আছে আৰু যি বাকী আছে সেয়া মহিলা’।